MyJamia

✨ Ultimate Madrasa Management ✨
জমিয়াতুশ শ্বেখ আহমদ
আলী মৈৰাবাৰী
উত্তম ব্যক্তি সেই জন যিয়ে
যোগাযোগ

মাদ্ৰাছাৰ উদ্দেশ্য

جامعۃالشیخ احمد
মাদ্ৰাছাঃ

এই মাদ্ৰাছাত আধুনিক পদ্ধতিৰে প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয়। লগতে মাদ্ৰাছাত আছে সিমিত ছাত্ৰবাসৰ আৰু খাদ্যৰ ব্যৱস্থা। অতি কম খৰচত দুখীয়া পৰিয়ালৰ ছাত্ৰ সকলক কেনেকৈ সু-শিক্ষা দিব পাৰে এয়াই ৰাইজ তথা মাদ্ৰাছাৰ উদ্দেশ্য। ধন্যবাদ।

বৰ্তমান অৱস্থা

0

বৰ্তমান মুঠ ছাত্ৰৰ সংখ্যা

0

বৰ্তমান মুঠ বৰ্ডিংত আছে

3

বৰ্তমান মুঠ সহায়ক

দান বৰঙণি

Donation QR Code

70992636... মাদ্ৰাছাত দান কৰিছে 2.00

faijurra... মাদ্ৰাছাত দান কৰিছে 1.00

ফলাফল চাওক

ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল চাবলৈ তলত সবিশেষ পূৰণ কৰক

শিক্ষক সকল

Teacher
قاری شارب جیا
Teacher
مولانا اسماعیل حسین
Teacher
مولانا عارف محمود

পৰিচালনা কমিটি

সু-ব্যৱস্থা সমূহ

  • মাদ্ৰাছাত আছে ২৫০ জন ছাত্ৰৰ থকাৰ, খোৱাৰ ব্যৱস্থা।
  • মাদ্ৰাছাত কমেও ১২ টা বথৰুম থকাৰ ওপৰিও মটৰৰ পানীৰ সুবিধা আছে।
  • মাদ্ৰাছাৰ সাধ্য অনুসৰি চিকিৎসাৰ লগতে সু-স্বাস্থ্যৰ বাবে বিশেষ সবিধা আছে।
  • দুখীয়া সকলৰ বাবে মাচুলৰ ৰেহাই থকাৰ ওপৰিও এতিম সকলৰ বাবে বিনামূলীয়াৰ ব্যৱস্থা আছে।
  • মাদ্ৰাছাত বিনামূলীয়া কিতাপৰ ব্যৱস্থা আছে।

ছাত্ৰৰ মানিবলগীয়া

  • মাদ্ৰাছাত ম'বাইলৰ লগতে অন্য বিজুলীৰ সামগ্ৰী ব্যৱহাৰ কৰা নিষিদ্ধ।
  • মাদ্ৰাছাত গেছ ছিলিন্ডাৰ ইত্যাদি ব্যৱহাৰ কৰা নিষেধ।
  • নিজৰ স্বাস্থ্য আৰু বস্তুৰ সংৰক্ষণ নিজে কৰিব লাগিব।
  • ভৰ্তিৰ সময়ত জমা দিয়া তথ্য অনুসৰি দেখা আৰু ফোন কৰিব পাৰিব।
  • ছুটিৰ আবেদন মঞ্জুৰি নকৰাকৈ মাদ্ৰাছাৰ পৰা ওলাব নোৱাৰিব।

ভৰ্তিৰ নিয়মাৱলী

  • ছাত্ৰ আৰু অভিভাৱকৰ ভাৰতৰ যিকোনো নাগৰিক পত্ৰ এক কপিকৈ জেৰক্স।
  • সেই সকল অভিভাৱকৰ ফটো লাগিব যি সকলৰ লগত দেখা অথবা ফোন কৰিব নাইবা যাৰ লগত ছুটি দিয়া হব।
  • ছাত্ৰৰ ২ কপি পাচপৰ্ট ফটো আৰু সকলো অভিভাৱকৰ ২ কপিকৈ ফটো।
  • ভৰ্তিৰ সময়ত অভিভাৱক (কমেও এজন) উপস্থিত থাকিব লাগিব।
  • ভৰ্তিৰ মাছুল এক হাজাৰ টকা আৰু মাহিলী খোৱাৰ বাবে এক হাজাৰ টকা দিব লাগিব।

যোগাযোগ কৰক

ঠিকনাঃ

যদি আপুনি আপোনাৰ কোনো ছাত্ৰক ভৰ্তি কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক

নামঃ
আবু বকৰ
ঠিকনাঃ
Kharupetia, Kharupetia, Darrang, (Assam) 784115
ই-মেইলঃ
rasidulhoque632@gmail.com
Whatsapp
+91 7002863017
বাৰ্তা কৰক